DETAILED NOTES ON ASSAMESE SYNONYMS

Detailed Notes on Assamese synonyms

Detailed Notes on Assamese synonyms

Blog Article

অগ্রগামী, অগ্ৰসৰ, অভিগত, আগ-বঢ়া, আগৰণুৱা, আগুৱান, পুৰঃসৰ, পুৰোগ, পুৰোগামী, পুৰোধা, পুৰোযাত্ৰী, পুৰোৱতী, সম্মুখাগত৷

অধোগতি, অধোগমন, অধোনমন, অধঃপতন, অৱনমন, নিম্বগমন, নিম্নগতি৷

অচিৰপ্ৰভা, অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, website দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অতুল, অতুলন, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

উদ্ভণ্ডালি, উপদ্ৰৱ, উৎপাত, টিঘিলঘিলনি, দৌৰাত্ম্য, প্ৰাদুৰ্ভাৱ৷ ওভতগোৰে নচা৷

গোমা, গোমোঠা, নিষ্প্ৰভ, নিস্তেজ, পাংগু, বিবৰ্ণ, মলিন, মোলান, ম্লান, স্তিমিত৷

অবশ, অবাধ্য, আবৰী, উচ্ছৃংখল, উদ্দাম, নিয়ম নমনা৷

অংগী, অৱয়বী, কায়বিশিষ্ট, দেহধাৰী, দেহী, মূৰ্ত, মূৰ্তিমান, শৰীৰবদ্ধ, শৰীৰী, সাংগী, সাৱয়ব, ৰূপধাৰী, সাকাৰ৷

অনল, অনিলসখ, অসিতাৰ্চি, অৰণ্যবহ্নি, আশ্ৰয়াশ, ঈশিৰ, উষৰ্বুধ, কৃপীটযোনি, কৃশাণু, কৃষ্ণগতি, কৃষ্ণাৰ্চি, কৃষ্ণৱৰ্ত্ম, ঘৃতকেশ, ঘৃতাৰ্চি, চিত্ৰভানু, ছাগবাহন, জগন্নু, জনধা, জাতবেদস্, জালাদ্ভৱ, জুই, জ্বলন, তনূনপাৎ, তমোনুদ, তেজোনিধি, দমুনস, দাৱাগ্নি, দাৱানল, দেৱবক্ত্ৰ, ধনঞ্জয়, ধূমকেতন, ধূমধ্বজ, পাৱক, পিংগল, পুৰজ্যোতিঃ, বনজুই বনাগ্গি, বহিঃশুষ্মন, বহ্নি, বায়ুসখ, বিশ্বপা, বীতিহোত্ৰ, বৃষাকপি, বৃহদ্ভানু, বৈশ্বানৰ, বৰ্হিঃশুষ্মন, শিখাৱৎ, শিখিন, শুচি, শুষ্ম, শোচিষ্কেশ, সপ্তজিহ্ব, সপ্তাংশু, সপ্তাৰ্চিস, সুশিখ, স্বৰ্ণদীধিতি, সৰ্বশুদ্ধি, হবিৰশন, হবিৰ্ভুক, হব্যবাহন, হব্যাশ, হব্যাশন, হিমাৰাতি, হিৰণ্যৰেতাঃ, হুতভুক, হুতাশন, হ্ব্যভুক, ৰোহিতাশ্ব৷

অধ্বৰ, আহুতি, আহৱ, ইজ্যা, ইষ্ট, ইষ্টি, ক্ৰতু, বষট্কাৰ, মেধ, যজ্ঞ, যাগ, যাগ-যজ্ঞ, স্তোম, হুতি, হোম, হোৱত্ৰ, হৱ, হৱন৷

অক্ষমতা, দুৰ্বলতা, দৌৰ্বল্য, বলহীনতা, শক্তিহীনতা৷

অধিক, উপৰুৱা, প্ৰয়োজনাতিৰিক্ত, বাঢ়তি৷

অতিপ্রাকৃত, অদ্ভুত, অনিয়মীয়া, অপ্রাকৃত, আচৰিত, আজব, আজগুবি, উদ্ভট, নাভূত-নাশ্ৰুত, নোহোৱা-নোপজা৷

অগণন, অগণনীয়, অগণিত, অগণ্য, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

Report this page